
যোৰহাট, ১৪ আগষ্ট (হি.স.)। সমাগত পবিত্ৰ ভাদ মাহ।
পবিত্ৰ ভাদ মাহত প্ৰায় ২৫ লক্ষ ভক্তক আদৰিবলৈ সাজু ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতি।
অসমীয়া সমাজৰ পবিত্ৰ ভাদ মাহত প্ৰতি ভাগ সত্ৰ, নামঘৰ লৈ অগনন ভক্তৰ সমাগম হয় ব্যক্তিক্ৰম নহয় ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰো।
১৮ আগষ্টৰ পৰা মাহ যোৰা পালনাম আৰম্ভ হৱ।সেই উপলক্ষে বৰনামঘৰ ভাগি সজাই পৰাই তোলা হৈছে। কোনো এজন ভক্তই যাতে কোনো ধৰনৰ অসুবিধা নাপায় তাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা কৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা