
দৰং, ১৪ আগষ্ট (হি.স.)। দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ পূৰ্বে ছিপাঝাৰত সমজিলা প্ৰশাসনৰ ত্ৰিৰংগ যাত্ৰা।
সমজিলা আয়ুক্তসহ প্ৰতিটো বিভাগৰ বিষয়া- কৰ্মচাৰীৰ সহযোত এই ত্ৰিৰংগ যাত্ৰা। একাংশ ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় লোকেও অংশগ্ৰহণ কৰে। হাতত ত্ৰিৰংগা লৈ সকলোৱে অঞ্চলটো পৰিভ্ৰমণ কৰে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা