ফ্ৰেম ইণ্ডিয়া - এচিয়া পোষ্টৰ সমীক্ষাত দেশৰ ১০০ শ্ৰেষ্ঠ আৰক্ষী বিষয়াৰ তালিকাত অসমৰ ৫ গৰাকী বিষয়া
কাছাৰ, ১৪ আগষ্ট (হি.স.)। ফ্ৰেম ইণ্ডিয়া - এচিয়া পোষ্টৰ সমীক্ষাত দেশৰ ১০০ শ্ৰেষ্ঠ আৰক্ষী বিষয়াৰ তালিকাত অসমৰ ৫ গৰাকী বিষয়া। অসম - মেঘালয় কেডাৰৰ ৬ গৰিকী আই পি এছ বিষয়াক দেশৰ শ্ৰেষ্ঠ আৰক্ষী বিষয়া হিচাপে স্হান লাভ কৰিছে। বিষয়া কেইগৰাকী হৈছে -
ফ্ৰেম ইণ্ডিয়া - এচিয়া পোষ্টৰ সমীক্ষাত দেশৰ ১০০ শ্ৰেষ্ঠ আৰক্ষী বিষয়াৰ তালিকাত অসমৰ ৫ গৰাকী বিষয়া


কাছাৰ, ১৪ আগষ্ট (হি.স.)। ফ্ৰেম ইণ্ডিয়া - এচিয়া পোষ্টৰ সমীক্ষাত দেশৰ ১০০ শ্ৰেষ্ঠ আৰক্ষী বিষয়াৰ তালিকাত অসমৰ ৫ গৰাকী বিষয়া। অসম - মেঘালয় কেডাৰৰ ৬ গৰিকী আই পি এছ বিষয়াক দেশৰ শ্ৰেষ্ঠ আৰক্ষী বিষয়া হিচাপে স্হান লাভ কৰিছে।

বিষয়া কেইগৰাকী হৈছে - গৌৰৱ অভিজিৎ দিলীপ, এছ এছ পি ডিব্ৰুগড়,পংকজ যাদৱ এছ এছ পি বজালী,পাৰ্থ প্ৰতীম দাস এছ এছ পি কাছাৰ,বি বি ৰাকেশ ৰেড্ডী এছ পি গোৱালপাৰা,বিবেক চি এম, এছ পি পূৱ খাছি হিলছ জিলা।

নেতৃত্ব, আইন শৃংখলা ৰক্ষা, অপৰাধ নিয়ন্ত্ৰণ আৰু জনমুখী পুলিছিঙত অনন্য অৱদানৰ স্বীকৃতি স্বৰূপ এই সন্মান প্ৰদান কৰা হৈছে।

ফ্ৰেম ইণ্ডিয়া - এচিয়া পোষ্টৰ সমীক্ষাৰ মূল্যায়নৰ ১০ টা মাণদণ্ড। সেয়া হৈছে, অপৰাধ নিয়ন্ত্ৰণ

, দ্ৰুত সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা

,আইন - শৃংখলাৰ উন্নতি

,সতৰ্কতা আৰু সংকট প্ৰশমণ

, জন বান্ধৱ পুলিছিং, আচৰণ আৰু জনসংযোগ

, দূৰদৰ্শী নেতৃত্ব আৰু উদ্ভাৱন

, বিভিন্ন ক্ষেত্ৰত বিশেষজ্ঞ সকলৰ মতামত

, জবাবদিহি মুলক আৰু স্বচ্ছ কামৰ ধাৰা আৰু মিডিয়া আৰু জনমানসত ভাৱমূৰ্তি।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande