শ্ৰী ভূমিৰ বাজাৰিছৰাত চাঞ্চল্যকৰ হত্যাকাণ্ড
শ্ৰী ভূমি, ১৪ আগষ্ট (হি.স.)। শ্ৰী ভূমিৰ বাজাৰিছৰাত চাঞ্চল্যকৰ হত্যাকাণ্ড। অপহৰণৰ তিনিদিন পিছত উদ্ধাৰ বিজেপি নেতা বিকাশ ধৰৰ মৃতদেহ । আৰক্ষীৰ হেপাজতত থকা অৱস্থাতে আব্দুল হক নামৰ অপহৰণকাৰীয়ে আক্ৰমণৰ চলায় আৰক্ষীক আৰু পলাবলৈ চেষ্টা কৰে । পিছে আৰক্ষ
শ্ৰী ভূমিৰ বাজাৰিছৰাত চাঞ্চল্যকৰ হত্যাকাণ্ড


শ্ৰী ভূমি, ১৪ আগষ্ট (হি.স.)। শ্ৰী ভূমিৰ বাজাৰিছৰাত চাঞ্চল্যকৰ হত্যাকাণ্ড।

অপহৰণৰ তিনিদিন পিছত উদ্ধাৰ বিজেপি নেতা বিকাশ ধৰৰ মৃতদেহ ।

আৰক্ষীৰ হেপাজতত থকা অৱস্থাতে আব্দুল হক নামৰ অপহৰণকাৰীয়ে আক্ৰমণৰ চলায় আৰক্ষীক আৰু পলাবলৈ চেষ্টা কৰে ।

পিছে আৰক্ষীয়ে অপহৰকাৰিক ভৰিত গুলী চলায় ।

লগতে এগৰাকী আৰক্ষীও আঘাত প্ৰাপ্ত ।

ঘটনাস্থলীত উপস্থিত শ্ৰী ভূমিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দোলে আৰু বিশাল আৰক্ষী বাহিনী।

বিকাশ ধৰৰ মৃতদেহ বাজাৰিছৰাৰ যোগিছৰাত উদ্ধাৰ।

ঘটনাক কেন্দ্ৰ কৰি উত্তেজনা ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande