গোলকগঞ্জত ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে 'হৰ ঘৰ ত্ৰিৰংগা যাত্ৰা'
ধুবুৰী, ১৪ আগষ্ট (হি.স.)। গোলকগঞ্জত ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ''হৰ ঘৰ ত্ৰিৰংগা যাত্ৰা'। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগত গোলকগঞ্জতো ৮০ সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি গোলকগঞ্জ মণ্ডল বিজেপি আৰু মণ্ডল যুৱ মৰ্চাৰ উদ্যোগত আয়োজন কৰা হয় ''ত
গোলকগঞ্জত ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে 'হৰ ঘৰ ত্ৰিৰংগা যাত্ৰা'


ধুবুৰী, ১৪ আগষ্ট (হি.স.)। গোলকগঞ্জত ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে 'হৰ ঘৰ ত্ৰিৰংগা যাত্ৰা'। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগত গোলকগঞ্জতো ৮০ সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি গোলকগঞ্জ মণ্ডল বিজেপি আৰু মণ্ডল যুৱ মৰ্চাৰ উদ্যোগত আয়োজন কৰা হয় 'ত্ৰিৰংগা যাত্ৰা'।

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি সন্মান তথা সজাগতা সৃষ্টি কৰিবলৈ মনে-প্ৰাণে ত্ৰিৰংগা, ঘৰে-ঘৰে ত্ৰিৰংগা — এই লক্ষ্যৰে গোলকগঞ্জৰ জগমোহন বিদ্যাপীঠৰ খেল পথাৰৰ পৰা গোটেই গোলকগঞ্জ টাউন পৰিভ্ৰমণ কৰে এই ত্ৰিৰংগা যাত্ৰাই।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande