
গোলাঘাট, ১৪ আগষ্ট (হি.স.)। হাতে হাতে ত্ৰিৰংগা পতাকা লৈ গোলাঘাটৰ ৰাজপথত ডিচি, এছ পি। হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক কাৰ্যসুচীৰ লগত সংগতি ৰাখি গোলাঘাট জিলা প্ৰশাসন আৰক্ষী প্ৰশাসন আৰু চি আৰ পি এফ বাহিনীয়ে স্বাধীনতা দিৱসত সকলো স্তৰৰ জনসাধাৰণে মুক্ত মনে অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনাই।
প্ৰশাসনক বিশ্বাস আৰু আস্হাত লৈ এইবাৰ ৮০ সংখ্যাক স্বাধীনতা দিৱস পালন কৰিব পাৰে তাৰ বাবে গোলাঘাট নগৰৰ মাজেদি প্ৰশাসনৰ এই ত্ৰিৰংগা যাত্ৰা।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা