ফকিৰাগ্ৰামত পৌৰসভাৰ উদ্যোগত চাফাই অভিযান
কোকৰাঝাৰ, ১৪ আগষ্ট (হি.স.)। কোকৰাঝাৰ জিলাৰ অধিন ফকিৰাগ্ৰামত পৌৰসভাৰ উদ্যোগত চাফাই অভিযান কাৰ্যসূচী পালন কৰা হয়। আজি পুৱা ১০ বজাৰ ফকিৰাগ্ৰাম চহৰত চলোৱা হয় এই অভিযান । স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ফকিৰাগ্ৰাম পৌৰ সভাৰ বিভিন্ন ৱাৰ্ডৰ লগতে ফকিৰাগ্ৰামৰ
ফকিৰাগ্ৰামত পৌৰসভাৰ উদ্যোগত চাফাই অভিযান


কোকৰাঝাৰ, ১৪ আগষ্ট (হি.স.)। কোকৰাঝাৰ জিলাৰ অধিন ফকিৰাগ্ৰামত পৌৰসভাৰ উদ্যোগত চাফাই অভিযান কাৰ্যসূচী পালন কৰা হয়। আজি পুৱা ১০ বজাৰ ফকিৰাগ্ৰাম চহৰত চলোৱা হয় এই অভিযান । স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ফকিৰাগ্ৰাম পৌৰ সভাৰ বিভিন্ন ৱাৰ্ডৰ লগতে ফকিৰাগ্ৰামৰ বিভিন্ন অঞ্চলত পালন কৰা হই উক্ত কাৰ্যসূচী ।

কাৰ্যসূচীত অংশগ্ৰহণ কৰে ফকিৰাগ্ৰাম পৌৰসভাৰ পৌৰপতি চুলতান আলম, ফকিৰাগ্ৰাম পৌৰসভাৰ উপ পৌৰপতি প্ৰনৱ শৰ্মাৰ লগতে প্ৰতিগৰাকী ৱাৰ্ড কনিচনাৰ আৰু স্থানীয় ৰাইজ ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande