বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালৰ
বঙাইগাঁও, ১৪ আগষ্ট (হি.স.)। বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালৰ। বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত উপলব্ধ থাকিব সকলো বিভাগৰ লগতে সুবিধা। চৰকাৰী চিকিৎসালয়ত পৰ্যাপ্ত পৰিমাণৰ ঔষধ উপলব্ধ আছে । ঔষধৰ নাটনি হোৱা নাই চৰ
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালৰ


বঙাইগাঁও, ১৪ আগষ্ট (হি.স.)। বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালৰ।

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত উপলব্ধ থাকিব সকলো বিভাগৰ লগতে সুবিধা।

চৰকাৰী চিকিৎসালয়ত পৰ্যাপ্ত পৰিমাণৰ ঔষধ উপলব্ধ আছে ।

ঔষধৰ নাটনি হোৱা নাই চৰকাৰী চিকিৎসালয়ত।

প্ৰাথমিক, অসামৰিক আৰু চিকিৎসা মহাবিদ্যালয় ভাগ কৰি ঔষধ যোগান ধৰে স্বাস্থ্য বিভাগে ।

উজনিৰ বানপীড়িত কাৰণে উন্নত চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে । ইতিমধ্যে চৰ্মৰোগৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande