দুলীয়াজানৰ টিপলিং থাৰ্মেলত আছুৰ প্ৰতিবাদ
ডিব্ৰুগড়, ১৬ আগষ্ট (হি.স.)। দুলীয়াজানত উত্তপ্ত পৰিস্থিতি। দুলীয়াজানৰ টিপলিং থাৰ্মেলত আছুৰ প্ৰতিবাদ । আছুৰ ডিব্ৰুগড় জিলাৰ আহ্বানত দুলীয়াজান আৰু টেঙাখাত আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত অনিয়মীয়া বিদ্যুৎ যোগান আৰু সঘন বিদ্যুৎ কৰ্তনৰ প্ৰতিবাদত বিক্ষোভ
দুলীয়াজানৰ টিপলিং থাৰ্মেলত আছুৰ প্ৰতিবাদ


ডিব্ৰুগড়, ১৬ আগষ্ট (হি.স.)। দুলীয়াজানত উত্তপ্ত পৰিস্থিতি। দুলীয়াজানৰ টিপলিং থাৰ্মেলত আছুৰ প্ৰতিবাদ । আছুৰ ডিব্ৰুগড় জিলাৰ আহ্বানত দুলীয়াজান আৰু টেঙাখাত আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত অনিয়মীয়া বিদ্যুৎ যোগান আৰু সঘন বিদ্যুৎ কৰ্তনৰ প্ৰতিবাদত বিক্ষোভ কাৰ্যসূচী। প্ৰতিবাদকাৰীয়ে বিদ্যুৎ বিভাগৰ বিষয়া আৰু কৰ্মচাৰীক কাৰ্যালয়ত প্ৰৱেশত বাধা প্ৰদান কৰে।

পিচত প্ৰতিবাদকাৰীয়ে তেওঁলোকৰ দাবী সম্বলিত স্মাৰক পত্ৰ সংশ্লিষ্ট কৰ্তৃপক্ষক প্ৰদান কৰে। অতিশীঘ্ৰে প্ৰতিবাদকাৰীৰ দাবী সমূহ কাৰ্যকৰী নকৰিলে পৰৱৰ্তী সময়ত জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও হুংকাৰ প্ৰদান কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande