স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত ৰূপহীহাটত পিষ্টলসহ আটক দুজন ডকাইত
নগাঁও, ১৩ আগষ্ট (হি.স.)। স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত ৰূপহীহাটত পিষ্টলসহ আটক দুজন ডকাইত। গড়েমাটিখোৱাত অভিযান চলাই তিনি জাই সক্ৰিয় গুলিসহ উদ্ধাৰ কৰে .৩২এমএম পিষ্টল। নম্বৰ প্লেট বিহীন এখন মটৰ চাইকেলেৰে আহিছিল ডকাইত দুজন। ধৃত ডকাইত দুজনক তেলীয়াচা
স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত ৰূপহীহাটত পিষ্টলসহ আটক দুজন ডকাইত


নগাঁও, ১৩ আগষ্ট (হি.স.)। স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত ৰূপহীহাটত পিষ্টলসহ আটক দুজন ডকাইত।

গড়েমাটিখোৱাত অভিযান চলাই তিনি জাই সক্ৰিয় গুলিসহ উদ্ধাৰ কৰে .৩২এমএম পিষ্টল।

নম্বৰ প্লেট বিহীন এখন মটৰ চাইকেলেৰে আহিছিল ডকাইত দুজন।

ধৃত ডকাইত দুজনক তেলীয়াচাপৰিৰ ৰফিকুল ইছলাম আৰু ফইজুদ্দীন বুলি চিনাক্ত কৰা হৈছে।

সম্প্ৰতি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande