পৰ্বতঝোৰাত আৰক্ষীৰ অভিযানত কাঠৰ কুণ্ডা ভৰ্তি বাহন সহ আটক ৩জন চোৰাং কাঠ মাফিয়া
কোকৰাঝাৰ,১৩ আগষ্ট (হি.স.)। পৰ্বতঝোৰাত বন বিভাগৰ অকৰ্মনতাৰ বাবে বৰ্তমানো অব্যাহত চোৰাং কাঠৰ ৰমৰমীয়া বেহা। বন বিভাগে কৰিব নোৱাৰা কাম কৰিলে বগৰীবাৰী আৰক্ষীয়ে। নিশা বগৰীবাৰী আৰক্ষীৰ অভিযানত কাঠৰ কুণ্ডা ভৰ্তি বাহন সহ আটক ৩জন চোৰাং কাঠ মাফিয়া। শিলবাৰী
পৰ্বতঝোৰাত আৰক্ষীৰ অভিযানত কাঠৰ কুণ্ডা ভৰ্তি বাহন সহ আটক ৩জন চোৰাং কাঠ মাফিয়া


কোকৰাঝাৰ,১৩ আগষ্ট (হি.স.)। পৰ্বতঝোৰাত বন বিভাগৰ অকৰ্মনতাৰ বাবে বৰ্তমানো অব্যাহত চোৰাং কাঠৰ ৰমৰমীয়া বেহা।

বন বিভাগে কৰিব নোৱাৰা কাম কৰিলে বগৰীবাৰী আৰক্ষীয়ে।

নিশা বগৰীবাৰী আৰক্ষীৰ অভিযানত কাঠৰ কুণ্ডা ভৰ্তি বাহন সহ আটক ৩জন চোৰাং কাঠ মাফিয়া।

শিলবাৰী কুটকুটাৰভিটাত অভিযান চলাই চেগুন কাঠ ভৰ্তি ঠেৰঠেৰী বাহন আৰু ৩ কাঠ মাফিয়াক আটক আৰক্ষীৰ।

ধৃত কাঠ মাফিয়া তিনিজন

আবুল হুছেইন,ৰাকিব হুছেইন

সাহিনুৰ ইছলাম।

এই সংক্ৰান্তত বগৰীবাৰী আৰক্ষীৰ তদন্ত অব্যাহত।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande