শলমাৰিৰ পৰা গোৱালপাৰা চহৰলৈ যোৱা মূল পথটোত প্ৰকাণ্ড প্ৰকাণ্ড গাতৰ সৃষ্টি
গোৱালপাৰা, ১৩ আগষ্ট (হি.স.)। শলমাৰিৰ পৰা গোৱালপাৰা চহৰলৈ যোৱা মূল পথটোত প্ৰকাণ্ড প্ৰকাণ্ড গাতৰ সৃষ্টি হোৱাৰ বাবে যমৰযাতনা ভুগিব লগা হৈছে গোৱালপাৰা বাসী ৰাইজ। উক্ত পথেৰে জিলা বাসী জিলা আয়ুক্ত , আৰক্ষী অধীক্ষক, চিকিৎসালয়ৰ বিভিন্ন কাৰ্যালয় লৈ সদায়
শলমাৰিৰ পৰা গোৱালপাৰা চহৰলৈ যোৱা মূল পথটোত প্ৰকাণ্ড প্ৰকাণ্ড গাতৰ সৃষ্টি


গোৱালপাৰা, ১৩ আগষ্ট (হি.স.)। শলমাৰিৰ পৰা গোৱালপাৰা চহৰলৈ যোৱা মূল পথটোত প্ৰকাণ্ড প্ৰকাণ্ড গাতৰ সৃষ্টি হোৱাৰ বাবে যমৰযাতনা ভুগিব লগা হৈছে গোৱালপাৰা বাসী ৰাইজ। উক্ত পথেৰে জিলা বাসী জিলা আয়ুক্ত , আৰক্ষী অধীক্ষক, চিকিৎসালয়ৰ বিভিন্ন কাৰ্যালয় লৈ সদায় অহা যোৱা কৰিব লাগে ।

অতি সোনকালে পথতো মেৰামতিৰ বাবে দাবী জনাইছে জিলা বাসীয়ে। উল্লেখযোগ্য যে উক্ত পথটোৰ দ্বাৰা হাতী অহা যোৱা কৰে। এফালে হাতীৰ ভয় আনফালে পথটোৰ দুৰৱস্থা এতিয়া জ্বলাকলা খুৱাইছে জিলা বাসীক।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande