
দৰং, ১৩ আগষ্ট (হি.স.)।
মঙ্গলদৈ লেঙেৰীপাৰাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দূৰ্ঘটনা।
মালবাহী ট্টাকে খুন্দিয়াই এগৰাকী মহাবিদ্য়ালয়ৰ ছাত্ৰীক।
মঙলদৈ মহাবিদ্যালয়ৰ ছাত্ৰী জেছমিনে ঘৰলৈ গৈ থকা অৱস্থাত এইছ আৰ- ৫৮ ই ৫৭১৩ নম্বৰৰ ট্টাকে এএছ ১৩টি ৬৭২৫ নম্বৰৰ স্কুটিৰে গৈ থকা অৱস্থাতে দুৰ্ঘটনাতো সংঘটিত হয়।
গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত জেছমিনক ততাতৈয়াকৈ মঙ্গলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা