অসম অৰুণাচল সীমান্তৰ ৰাজগড়ত অথনৈতিক পথ অবৰোধ কাৰ্যসূচী
বিশ্বনাথ, ১৩ আগষ্ট (হি.স.)। অসম অৰুণাচল সীমান্তৰ ৰাজগড়ত অথনৈতিক পথ অবৰোধ কাৰ্যসূচী অব্য়াহত আছে ৷ পথ অবৰোধ কাৰ্যসূচী আজি দ্বিতীয় দিনত ভৰি দিলে । গোগামুখৰ অসম অৰুণাচল সীমান্ত মীংমাং বদতিত অৰুনাচলী দুৰ্বৃত্তৰ গুলীচালনাৰ ঘটনা সন্দৰ্ভত টিএমপিকেৰ উদ্যোগ
অসম অৰুণাচল সীমান্তৰ ৰাজগড়ত অথনৈতিক পথ অবৰোধ কাৰ্যসূচী


বিশ্বনাথ, ১৩ আগষ্ট (হি.স.)। অসম অৰুণাচল সীমান্তৰ ৰাজগড়ত অথনৈতিক পথ অবৰোধ কাৰ্যসূচী অব্য়াহত আছে ৷ পথ অবৰোধ কাৰ্যসূচী আজি দ্বিতীয় দিনত ভৰি দিলে । গোগামুখৰ অসম অৰুণাচল সীমান্ত মীংমাং বদতিত অৰুনাচলী দুৰ্বৃত্তৰ গুলীচালনাৰ ঘটনা সন্দৰ্ভত টিএমপিকেৰ উদ্যোগত আয়োজন কৰা অৰ্থনৈতিক পথ অৱৰোধ আজি দ্বিতীয় দিনত ভৰি দিলে।

গহপুৰৰ অসম-অৰুনাচল সীমান্তৰ ৰাজগড়ৰ ৰাষ্ট্ৰীয় ঘাই পথত এই মুহুৰ্ত্বত অৰ্থনৈতক পথ অৱৰোধ চলি আছে । দিনৰ ভাগতো যথেষ্টখিনি অৰুনাচল প্ৰদেশলৈ যাব লগীয়া গধুৰ যান বাহন ৰাষ্ট্ৰীয় ঘাই পথতে আবদ্ধ হৈ আছে। এটা সুনিশ্চিত মীমাংসা নোহোৱালৈকে চলিয়েই থাকিব এই পথ অৱৰোধ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande