বৰপেটাৰ হাউলীত ছাইবাৰ অপৰাধীৰ টাৰ্গেট বেংকৰ সাধাৰণ গ্ৰাহক
বৰপেটা, ১৩ আগষ্ট (হি.স.)। বৰপেটাৰ হাউলীত ছাইবাৰ অপৰাধীৰ ভয়ংকৰ জাল। ছাইবাৰ অপৰাধীৰ টাৰ্গেট বেংকৰ সাধাৰণ গ্ৰাহক । হাউলীৰ জাহাংগীৰ আৰু শুকুৰ আলীৰ নেতৃত্বত চাইবাৰ অপৰাধীৰ গেং এটাই সাধাৰণ লোকৰ বেংকৰ একাউন্ট ভাড়া লৈ লুটিছে লাখে লাখে টকা। হাউলীৰ জাহা
বৰপেটাৰ হাউলীত ছাইবাৰ অপৰাধীৰ টাৰ্গেট বেংকৰ সাধাৰণ গ্ৰাহক


বৰপেটা, ১৩ আগষ্ট (হি.স.)। বৰপেটাৰ হাউলীত ছাইবাৰ অপৰাধীৰ ভয়ংকৰ জাল।

ছাইবাৰ অপৰাধীৰ টাৰ্গেট বেংকৰ সাধাৰণ গ্ৰাহক ।

হাউলীৰ জাহাংগীৰ আৰু শুকুৰ আলীৰ নেতৃত্বত চাইবাৰ অপৰাধীৰ গেং এটাই সাধাৰণ লোকৰ বেংকৰ একাউন্ট ভাড়া লৈ লুটিছে লাখে লাখে টকা।

হাউলীৰ জাহাংগীৰ আৰু শুকুৰ খান নামৰ দুই চাইবাৰ অপৰাধীয়ে বাহাৰ আলী নামৰ লোকজনৰ বেংক একাউন্ট ব্যৱহাৰ কৰি সংঘটিত কৰিছিল চাইবাৰ অপৰাধ |

উক্ত ঘটনাৰ পিচতে হাউলী আৰক্ষীয়ে শুকুৰ খান নামৰ এই ছাইবাৰ অপৰাধীজনক গ্ৰেপ্তাৰ কৰে ।

ইপনে ৰহস্যজনক ভাবে জাহাংগীৰ নামৰ অপৰাধীজনক বৰ্তমানো গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে |

অবশ্যে ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande