ডিমৌৰ পানীদিহিংত এশিঙীয়া গঁড়ৰ মুক্ত বিচৰণ
শিৱসাগৰ, ১২ আগষ্ট (হি.স.)। ডিমৌৰ পানীদিহিংত এশিঙীয়া গঁড়ৰ মুক্ত বিচৰণ। পুৱাৰে পৰা অঞ্চলটোত বিচৰণ কৰি আছে গঁড়টোৱে। পানীদিহিং পক্ষী অভায়াৰণ্যৰ কাষৰীয়া কচাৰী ভেটি গাঁৱত আজি পুৱা স্হানীয় লোকে প্ৰত্যক্ষ কৰে গঁড়তো। এতিয়াও পানীদিহিং পক্ষী অভায়
ডিমৌৰ পানীদিহিংত এশিঙীয়া গঁড়ৰ মুক্ত বিচৰণ


শিৱসাগৰ, ১২ আগষ্ট (হি.স.)। ডিমৌৰ পানীদিহিংত এশিঙীয়া গঁড়ৰ মুক্ত বিচৰণ। পুৱাৰে পৰা অঞ্চলটোত বিচৰণ কৰি আছে গঁড়টোৱে।

পানীদিহিং পক্ষী অভায়াৰণ্যৰ কাষৰীয়া কচাৰী ভেটি গাঁৱত আজি পুৱা স্হানীয় লোকে প্ৰত্যক্ষ কৰে গঁড়তো। এতিয়াও পানীদিহিং পক্ষী অভায়াৰণ্যৰ ভিতৰত বিচৰণ কৰি আছে গঁড়টো। গঁড়টো দেখি স্থানীয় লোকৰ মাজত হুৱাদুৱা লাগে। পিছত বন বিভাগৰ লোকে ঘটনাস্থলীয় উপস্থিত হৈ গঁড়টো খেদাৰ চেষ্টা কৰি থকা বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande