ভালুকপুঙত নিশা অৰুণাচললৈ যোৱা ৰাজপথৰ কালভাৰ্ট ভাঙি পৰাত আবদ্ধ শ শ যান বাহন
ৱেষ্ট কামেং, ১২ আগষ্ট (হি.স.)। অসম অৰুণাচল সীমান্ত ৰ ভালুকপুঙত নিশা অৰুনাচললৈ যোৱা ৰাজপথৰ কালভাৰ্ট ভাঙি পৰাত আবদ্ধ শ শ যান বাহন। অসমৰ পৰা অৰুণাচললৈ যোৱা ৰাজপথৰ এটা কালভাৰ্ট ভাঙি পৰাত শ শ যান বাহন আৱদ্ধ হৈ পৰে। ভালুকপুংৰ মাজমজিয়াত থকা পথ নিৰ্মা
ভালুকপুঙত নিশা অৰুণাচললৈ যোৱা ৰাজপথৰ কালভাৰ্ট ভাঙি পৰাত আবদ্ধ শ শ যান বাহন


ৱেষ্ট কামেং, ১২ আগষ্ট (হি.স.)। অসম অৰুণাচল সীমান্ত ৰ ভালুকপুঙত নিশা অৰুনাচললৈ যোৱা ৰাজপথৰ কালভাৰ্ট ভাঙি পৰাত আবদ্ধ শ শ যান বাহন।

অসমৰ পৰা অৰুণাচললৈ যোৱা ৰাজপথৰ এটা কালভাৰ্ট ভাঙি পৰাত শ শ যান বাহন আৱদ্ধ হৈ পৰে।

ভালুকপুংৰ মাজমজিয়াত থকা পথ নিৰ্মাণ কাৰি সংস্থা বি আৰ আ ই নিৰ্মাণ কৰা কালভাৰ্টটো উটাই নিলে পানীয়ে । কেইবাঘণ্টা ধৰি ৰাজপথত আৱদ্ধ শ শ যান বাহন। বি আৰ আ ই নিম্নমানৰ পথ নিৰ্মাণ কৰাৰ অভিযোগ কৰিছে ৰাইজে। বৰ্তমান পথটিৰ মেৰামতি হৈ থকাৰ বাবে গধুৰ যান বাহন সমুহৰ যাতায়ত বন্ধ কৰি ৰখা হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande