(আপডেট) শোণিতপুৰৰ অসম - অৰুণাচললৈ যোৱা ভালুকপুঙ পথ অবৰোধ টিএমপিকেৰ
শোণিতপুৰ, ১২ আগষ্ট (হি.স.)। শোণিতপুৰৰ অসম - অৰুণাচললৈ যোৱা ভালুকপুঙ পথ অবৰোধ টিএমপিকেৰ। ধেমাজি জিলাৰ মিংমাং আৰু বদতিত অৰুনাচলী দুৰ্বৃত্তই অসমৰ খিলঞ্জীয়া লোকৰ ওপৰত কৰা গুলীচালনাৰ বিৰুদ্ধে শোণিতপুৰৰ চটাইত অৰুণা্চলৰ বিৰুদ্ধে অৰ্থনৈতিক পথ অবৰোধ কৰি
(আপডেট) শোণিতপুৰৰ অসম - অৰুণাচললৈ যোৱা ভালুকপুঙ পথ অবৰোধ টিএমপিকেৰ


শোণিতপুৰ, ১২ আগষ্ট (হি.স.)। শোণিতপুৰৰ অসম - অৰুণাচললৈ যোৱা ভালুকপুঙ পথ অবৰোধ টিএমপিকেৰ।

ধেমাজি জিলাৰ মিংমাং আৰু বদতিত অৰুনাচলী দুৰ্বৃত্তই অসমৰ খিলঞ্জীয়া লোকৰ ওপৰত কৰা গুলীচালনাৰ বিৰুদ্ধে শোণিতপুৰৰ চটাইত অৰুণা্চলৰ বিৰুদ্ধে অৰ্থনৈতিক পথ অবৰোধ কৰিছে টিএমপিকে আদি কৰি স্থানীয় ৰাইজে ।

টিএমপিকে স্থানীয় ৰাইজৰ সহযোগত অসম অৰুনাচল সংযোগী ভালুকপুঙ পথ অবৰোধ কৰি প্ৰতিবাদ সাবস্ত্য কৰিছে। অৰুণাচল চৰকাৰ হায় হায়, পেমাখাণ্ডুৰ কাম নাই, আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাবস্ত্য কৰিছে টিএমপিকে আদি কৰি স্থানীয় ৰাইজে। আবদ্ধ হৈ পৰিছে শ শ যান বাহন।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande