পুৱাই লংকা বজাৰত আটক দুই চোৰ
হোজাই, ১২ আগষ্ট (হি.স.)। পুৱাই লংকা বজাৰত আটক দুই চোৰ । নিউ ৰাজা শ্ব'' ষ্টোৰৰ পৰা দুই চোৰে জোতা চেণ্ডেল চুৰি কৰি থকা অৱস্থাতেই হাতে লোটে আটক । ৰাইজে চেৰ দুটা আটক কৰি গতাই দিয়ে লংকা আৰক্ষীক । উল্লেখ্য যে,বিগত দিনটো উক্ত বিপনীখনৰ পৰা জোতা চেণ
পুৱাই লংকা বজাৰত আটক দুই চোৰ


হোজাই, ১২ আগষ্ট (হি.স.)। পুৱাই লংকা বজাৰত আটক দুই চোৰ ।

নিউ ৰাজা শ্ব' ষ্টোৰৰ পৰা দুই চোৰে জোতা চেণ্ডেল চুৰি কৰি থকা অৱস্থাতেই হাতে লোটে আটক ।

ৰাইজে চেৰ দুটা আটক কৰি গতাই দিয়ে লংকা আৰক্ষীক ।

উল্লেখ্য যে,বিগত দিনটো উক্ত বিপনীখনৰ পৰা জোতা চেণ্ডেল চোৰ কৰিছিল উক্ত চোৰ দুটাই ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande