ধুবুৰী জিলা পুথিভঁৰালত ৰাষ্ট্ৰীয় পুথিভঁৰাল দিৱস পালন
ধুবুৰী, ১২ আগষ্ট (হি.স.)। ধুবুৰী জিলা পুথিভঁৰালত ৰাষ্ট্ৰীয় পুথিভঁৰাল দিৱস পালন। ভাৰতত প্ৰতি বছৰে ১২ আগষ্টৰ দিনটো ৰাষ্ট্ৰীয় পুথিভঁৰাল দিৱস হিচাপে পালন কৰা হয় ড° এছ.আৰ. ৰংগনাথনৰ স্মৃতিত। তেওঁৰ উল্লেখযোগ্য অৱদানৰ বাবে তেঁও ভাৰতৰ পুথিভঁৰাল বিজ্ঞ
ধুবুৰী জিলা পুথিভঁৰালত ৰাষ্ট্ৰীয় পুথিভঁৰাল দিৱস পালন


ধুবুৰী, ১২ আগষ্ট (হি.স.)। ধুবুৰী জিলা পুথিভঁৰালত ৰাষ্ট্ৰীয় পুথিভঁৰাল দিৱস পালন।

ভাৰতত প্ৰতি বছৰে ১২ আগষ্টৰ দিনটো ৰাষ্ট্ৰীয় পুথিভঁৰাল দিৱস হিচাপে পালন কৰা হয় ড° এছ.আৰ. ৰংগনাথনৰ স্মৃতিত।

তেওঁৰ উল্লেখযোগ্য অৱদানৰ বাবে তেঁও ভাৰতৰ পুথিভঁৰাল বিজ্ঞানৰ পিতৃ হিচাপে পৰিচিত।

তেঁও ১৮৯২ৰ ৯ আগষ্টত তামিলনাডুৰ শ্ৰীয়ালি বৰ্তমানৰ সৃকাজিত জন্মগ্ৰহণ কৰিছিল।

আজি ধুবুৰী জিলা পুথিভঁৰালতো পুথিভঁৰাল বিজ্ঞানৰ পিতৃ ড° এছ.আৰ. ৰংগনাথনৰ অৱদানৰ কথা সুঁৱৰি ৰাষ্ট্ৰীয় পুথিভঁৰাল দিৱস পালন কৰা হয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande