গোসাঁইগাঁৱত হাতীৰ দাঁত সহ দুজনক গ্ৰেপ্তাৰ
কোকৰাঝাৰ, ০৩ জুলাই (হি.স.)। গোসাঁইগাঁৱত হাতীৰ দাঁত সহ দুজনক গ্ৰেপ্তাৰ । গোসাঁইগাঁৱৰ কচুগাৱঁত আৰক্ষীৰ অভিযান । অভিযান চলাই দুটা হাতীৰ দাঁতসহ দুজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰে । চোৰাং চিকাৰী দুজন ৰাইমনাৰ সত্যম নাৰ্জাৰী আৰু কচুগাঁৱৰ ৰূপম বসুমতাৰী
গোসাঁইগাঁৱত হাতীৰ দাঁত সহ দুজনক গ্ৰেপ্তাৰ


কোকৰাঝাৰ, ০৩ জুলাই (হি.স.)। গোসাঁইগাঁৱত হাতীৰ দাঁত সহ দুজনক গ্ৰেপ্তাৰ ।

গোসাঁইগাঁৱৰ কচুগাৱঁত আৰক্ষীৰ অভিযান । অভিযান চলাই দুটা হাতীৰ দাঁতসহ দুজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰে । চোৰাং চিকাৰী দুজন ৰাইমনাৰ সত্যম নাৰ্জাৰী আৰু কচুগাঁৱৰ ৰূপম বসুমতাৰী । গোপন খবৰৰ ভিত্তিত চলিছিল অভিযান । ৰূপম বসুমতাৰী হাতীৰ দাঁত দুটা নিজ ঘৰত লুকাই ৰাখিছিল ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande