গোৰেশ্বৰ আৰক্ষীৰ অভিযানত ট্ৰেন্সফৰ্মাৰ সহ আটক চোৰ
বাক্সা, ০৩ জুলাই (হি.স.)। এপিডিচিএলৰ ট্ৰেন্সফৰ্মাৰ চুৰ কৰি আৰক্ষীৰ জালত এজন চোৰ। গোৰেশ্বৰ আৰক্ষীয়ে আটক কৰিব সক্ষম হই মঙলদৈৰ খনিন্দ্ৰ বড়ো নামৰ এজন চোৰক। এপিডিচিএলৰ কৰ্মচাৰীৰ পৰিচয়েৰে গোৰেশ্বৰৰ জ্যোতিনগৰৰ পৰা চুৰি কৰিছিল ট্ৰাঞ্চফৰ্মাৰ। ৰঙিয়াৰ পৰা এএ
গোৰেশ্বৰ আৰক্ষীৰ অভিযানত ট্ৰেন্সফৰ্মাৰ সহ আটক চোৰ


বাক্সা, ০৩ জুলাই (হি.স.)। এপিডিচিএলৰ ট্ৰেন্সফৰ্মাৰ চুৰ কৰি আৰক্ষীৰ জালত এজন চোৰ। গোৰেশ্বৰ আৰক্ষীয়ে আটক কৰিব সক্ষম হই মঙলদৈৰ খনিন্দ্ৰ বড়ো নামৰ এজন চোৰক। এপিডিচিএলৰ কৰ্মচাৰীৰ পৰিচয়েৰে গোৰেশ্বৰৰ জ্যোতিনগৰৰ পৰা চুৰি কৰিছিল ট্ৰাঞ্চফৰ্মাৰ। ৰঙিয়াৰ পৰা এএছ ০১ এনচি ৭৪৬৩ নম্বৰৰ বাহন ভাড়াত লৈ আহিছিল চাৰিজনীয়া চোৰৰ দলটো।

গোৰেশ্বৰ আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত অভিযান চলাই আটক কৰে চোৰজনক । লগতে চাংসাৰীৰ ডেম্পৰ পৰা চুৰি সামগ্ৰীসমূহ উদ্ধাৰ কৰে ।

আন বাকীকেইটা চোৰৰ বিৰুদ্ধে অভিযান গোৰেশ্বৰ আৰক্ষীৰ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande