বিশ্বনাথ জিলা কৃষি বিভাগৰ উদ্যোগত ক্ষুদ্র চাহ খেতিয়ক সকলৰ কৃষক পঞ্জীকৰণৰ অনুষ্ঠান
বিশ্বনাথ, ০৩ জুলাই (হি.স.)। বিশ্বনাথত কৃষি মন্ত্ৰীৰ কঠোৰ সকীয়নি। বিশ্বনাথ জিলা কৃষি বিভাগৰ উদ্যোগত আজি অনুষ্ঠিত হয় ক্ষুদ্র চাহ খেতিয়ক সকলৰ কৃষক পঞ্জীকৰণৰ অনুষ্ঠান অনুষ্ঠিত হয়। বিশ্বনাথৰ কমলাকান্ত নাট্য সমাজত এই পঞ্জীয়নৰ শুভাৰাম্ভ কৰে অসম চৰকাৰৰ
বিশ্বনাথ জিলা কৃষি বিভাগৰ উদ্যোগত ক্ষুদ্র চাহ খেতিয়ক সকলৰ কৃষক পঞ্জীকৰণৰ অনুষ্ঠান


বিশ্বনাথ, ০৩ জুলাই (হি.স.)। বিশ্বনাথত কৃষি মন্ত্ৰীৰ কঠোৰ সকীয়নি। বিশ্বনাথ জিলা কৃষি বিভাগৰ উদ্যোগত আজি অনুষ্ঠিত হয় ক্ষুদ্র চাহ খেতিয়ক সকলৰ কৃষক পঞ্জীকৰণৰ অনুষ্ঠান অনুষ্ঠিত হয়। বিশ্বনাথৰ কমলাকান্ত নাট্য সমাজত এই পঞ্জীয়নৰ শুভাৰাম্ভ কৰে অসম চৰকাৰৰ কৃষি আৰু জলসিঞ্চন বিভাগৰ সন্মানীয় মন্ত্রী পীযুষ হাজৰীকাই ।

ইফালে মন্ত্ৰী গৰাকীয়ে ইউৰীয়া বিক্ৰীৰ ক্ষেত্ৰত বিক্ৰেতা সকলক উদ্দেশ্য কৰি কঠোৰ সকীয়নি প্ৰদান কৰে ।কৃষকে উচিত মুল্য়ত ইউৰীয়া পাব লাগিব।কলা বজাৰত ইউৰীয়া সাৰ বিক্ৰী কৰিলে বিক্ৰেতা সকলৰ অনুজ্ঞাপত্ৰ বা

তিল কৰা হব।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande