উজনিৰ বানাক্ৰান্ত ৰাইজলৈ বৃহৎ বান সাহাৰ্য্য প্ৰেৰণ নগাঁও জিলা প্ৰশাসনৰ
নগাঁও, ২৭ জুলাই (হি.স.)। উজনিৰ বানাক্ৰান্ত ৰাইজলৈ বৃহৎ বান সাহায্য প্ৰেৰণ নগাঁও জিলা প্ৰশাসনৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে নগাওঁ জিলা প্ৰশাসনে শিৱসাগৰ, চৰাইদেউ, নাজিৰালৈ নগাওঁ জিলাৰ ফালৰ পৰা দ্বিতীয় দিনা প্ৰায় ২০ হাজাৰ সাহায্যৰ পেকেট প্ৰেৰণ। নগা
উজনিৰ বানাক্ৰান্ত ৰাইজলৈ বৃহৎ বান সাহাৰ্য্য প্ৰেৰণ নগাঁও জিলা প্ৰশাসনৰ


নগাঁও, ২৭ জুলাই (হি.স.)। উজনিৰ বানাক্ৰান্ত ৰাইজলৈ বৃহৎ বান সাহায্য প্ৰেৰণ নগাঁও জিলা প্ৰশাসনৰ।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে নগাওঁ জিলা প্ৰশাসনে শিৱসাগৰ, চৰাইদেউ, নাজিৰালৈ নগাওঁ জিলাৰ ফালৰ পৰা দ্বিতীয় দিনা প্ৰায় ২০ হাজাৰ সাহায্যৰ পেকেট প্ৰেৰণ।

নগাওঁ জিলা প্রশাসনৰ তৎপৰতাত প্ৰথম চাৰিটা দিনত ৫০ হাজাৰ সাহায্য পেকেট প্ৰেৰণৰ প্ৰস্তুতি ।

উজনিৰ এই দুৰ্যোগৰ সময় সমগ্ৰ অসমেই তেওঁলোকৰ লগত আছে আৰু ওপৰৱালাই অতি সোনকালে এই দুৰ্যোগৰ পৰা পৰিত্ৰাণ কৰক মন্তব্য নগাওঁ জিলা আয়ুক্ত।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande