শোণিতপুৰৰ ৰঙাপৰা সমজিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত চিটু আৰু অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ প্ৰতিবাদ
শোণিতপুৰ, ২৭ জুলাই (হি.স.)। শোণিতপুৰৰ ৰঙাপৰা সমজিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত চিটু আৰু অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ প্ৰতিবাদ শোণিতপুৰ জিলাৰ ৰঙাপৰা সমজিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত অখিল ভাৰতীয় চাহ মজদুৰ সংঘ আৰু চিটুৰ প্ৰতিবাদী কাৰ্যসূচী।দখলিত মাটিৰ
শোণিতপুৰৰ ৰঙাপৰা সমজিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত চিটু আৰু অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ প্ৰতিবাদ


শোণিতপুৰ, ২৭ জুলাই (হি.স.)। শোণিতপুৰৰ ৰঙাপৰা সমজিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত চিটু আৰু অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ প্ৰতিবাদ

শোণিতপুৰ জিলাৰ ৰঙাপৰা সমজিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত অখিল ভাৰতীয় চাহ মজদুৰ সংঘ আৰু চিটুৰ প্ৰতিবাদী কাৰ্যসূচী।দখলিত মাটিৰ সমস্যা সমাধানৰ দাবীত তথা ৰঙাপৰাৰ ১নং নামগাঁও চাহবাগিছাৰ শ্ৰমিকক উচ্ছেদ্ বন্ধ কৰা ,চাহ শ্ৰমিকক অনলাইন দৰমহা দিয়া বন্ধ কৰি নগদ দৰমহা প্ৰদান কৰা আদি বিভিন্ন সমস্যা সমাধানৰ দাবীত ৰঙাপৰা সমজিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত অখিল ভাৰতীয় চাহ মজদুৰ সংঘ আৰু চিটুৱে প্ৰতিবাদ সাবস্ত্য কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande