ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰত চোৰৰ উপদ্ৰৱ
ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চোৰৰ উপদ্ৰৱ।
ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰত চোৰৰ উপদ্ৰৱ


কাৰ্বি আংলং ২৫ জুলাই (হি.স.): ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চোৰৰ উপদ্ৰৱ চলিছে । আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ ডিফু চহৰৰ মাজ মজিয়াত থকা কাছা খেলপথাৰৰ পৰা চোৰে হৰলুকি কৰিলে এচি, কপাৰ ৱে'ৰৰ লগতে বহু কেইবিধ মূল্যৱান সামগ্ৰী।

কাছা খেল পথাৰত নৱ নিৰ্মিত ছুইমিং পুল, লাংকুং হাবে মাল্টি স্পৰ্টছ কমপ্লেক্সৰ লগতে ইনডোৰ ষ্টেডিয়ামৰ পৰা চোৰে লুটিলে কেইবা লাখ টকাৰ মূল্যৱান বস্তু। খেল পথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱৰ সুযোগ লৈ চোৰে এই লুন্ঠন অভিযান সংঘটিত কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande