মঙলদৈত কলেজীয়া ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ
দৰং, ২৫ জুলাই (হি.স.)। মঙলদৈ মহাবিদ্যালয় ছাত্ৰ সমাজৰ উদ্যোগত মহাবিদ্যালয়ৰ সমীপত এই প্ৰতিবাদ।১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে বিভিন্ন দাবী সম্বলিত প্লেকাৰ্ড লৈ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। বেক বা এৰিয়াৰ থকা ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাৰ
মঙলদৈত কলেজীয়া ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ


দৰং, ২৫ জুলাই (হি.স.)। মঙলদৈ মহাবিদ্যালয় ছাত্ৰ সমাজৰ উদ্যোগত মহাবিদ্যালয়ৰ সমীপত এই প্ৰতিবাদ।১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে বিভিন্ন দাবী সম্বলিত প্লেকাৰ্ড লৈ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে।

বেক বা এৰিয়াৰ থকা ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাৰ মাচুল ৭৪৮০/৭১৮০ টকা বন্ধ কৰি সম্পূৰ্ণ বিনামূলীয়াকৈ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ অধিকাৰ প্ৰদান কৰাৰ দাবী উত্থাপন কৰে ছাত্ৰ সমাজে। শিক্ষা বিক্ৰী বন্ধ কৰক, শিক্ষা মন্ত্ৰী ৰনোজ পেগু হায় হায়,অসম চৰকাৰ হায় হায় আদি শ্লোগানেৰে উত্তাল কৰে পৰিবেশ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande