কাৰ্গিল বিজয় দিৱস উদযাপনত অংশগ্ৰহণৰ বাবে শ্ৰীনগৰত উপস্থিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, দ্ৰাছলৈ ৰাওনা
শ্ৰীনগৰ, ২৫ জুলাই (হি.স.)। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কাৰ্গিল বিজয় দিৱস উদযাপনত অংশগ্ৰহণ কৰিবলৈ শনিবাৰে শ্ৰীনগৰত উপস্থিত হয় । জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই বিমানবন্দৰত প্ৰতিৰক্ষা মন্ত্ৰীক আদৰণি জনায়। বিষয়াসকলে জনোৱা মতে, প্ৰতিৰক্
राजनाथ सिंह लद्दाख में कारगिल विजय दिवस कार्यक्रम में शामिल होने के लिए श्रीनगर पहुंचे और फिर सड़क मार्ग से द्रास के लिए रवाना हुए


শ্ৰীনগৰ, ২৫ জুলাই (হি.স.)। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কাৰ্গিল বিজয় দিৱস উদযাপনত অংশগ্ৰহণ কৰিবলৈ শনিবাৰে শ্ৰীনগৰত উপস্থিত হয় । জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই বিমানবন্দৰত প্ৰতিৰক্ষা মন্ত্ৰীক আদৰণি জনায়।

বিষয়াসকলে জনোৱা মতে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং দুদিনীয়া লাডাখ ভ্ৰমণত আছে, য’ত তেওঁ ২৭ সংখ্যক কাৰ্গিল বিজয় দিৱাছ উদযাপনত অংশগ্ৰহণ কৰিব।

বিষয়াসকলৰ মতে, প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে পোনপটীয়াকৈ দ্ৰাছলৈ উৰাজাহাজেৰে যোৱাৰ কথা আছিল যদিও বেয়া বতৰৰ বাবে হেলিকপ্টাৰখনে উৰা মাৰিব নোৱাৰিলে । ইয়াৰ পিছতে পথেৰে দ্ৰাছলৈ ৰাওনা হয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী । শনিবাৰৰ পৰা দ্ৰাছত দুদিনীয়া কাৰ্গিল বিজয় দিৱস উদযাপন আৰম্ভ হয়।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande