নুমলীগড়ৰ দিল্লী পাব্লিক স্কুলত চিবিএছই পূব মণ্ডলৰ টেনিছ প্ৰতিযোগিতা
গোলাঘাট, ২৫ জুলাই (হি.স.)। নুমলীগড়ৰ দিল্লী পাব্লিক স্কুলত চিবিএছই পূব মণ্ডলৰ টেনিছ প্ৰতিযোগিতা। ৰাজ্য তথা বহিঃৰাজ্যৰ ২৮খন বিদ্যালয়ৰ দলৰ অংশগ্ৰহণ। দিল্ল
নুমলীগড়ৰ দিল্লী পাব্লিক স্কুলত চিবিএছই পূব মণ্ডলৰ টেনিছ প্ৰতিযোগিতা


গোলাঘাট, ২৫ জুলাই (হি.স.)। নুমলীগড়ৰ দিল্লী পাব্লিক স্কুলত চিবিএছই পূব মণ্ডলৰ টেনিছ প্ৰতিযোগিতা। ৰাজ্য তথা বহিঃৰাজ্যৰ ২৮খন বিদ্যালয়ৰ দলৰ অংশগ্ৰহণ। দিল্লী পাব্লিক স্কুল (ডিপিএছ) নুমলীগড়ৰ উদ্যোগত ২০২৬-২০২৭ শিক্ষাবর্ষৰ চিবিএছই পূব মণ্ডলৰ আন্তঃবিদ্যালয় টেনিছ প্রতিযোগিতা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ব। নুমলীগড়ৰ দিল্লী পাব্লিক স্কুল চৌহদৰ অসম তথা উৰিষ্যা ঝাৰখণ্ড, ছত্তিচগড়কে আদি কৰি ৰাজ্য সমূহৰ পৰা ডেৰ শতাধিক প্ৰতিযোগিয়ে ইতিমধ্যে নুমলীগড়ত উপস্থিত হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande