গোৱালপাৰাৰ ৰংছাইত নিশা সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড
গোৱালপাৰা, ২৫ জুলাই (হি.স.)। গোৱালপাৰা জিলাৰ ৰংছাইত নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডৰ ভস্মীভূত হয় দুটাকৈ মালভৰ্তি গো''ডাউন । অগ্নিকাণ্ডৰ ছয় লক্ষাধিক টকাৰ সা সামগ্ৰী ধ্বংস হয়। নিশা ৯.৩০ বজাত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা ।
গোৱালপাৰাৰ ৰংছাইত নিশা সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড


গোৱালপাৰা, ২৫ জুলাই (হি.স.)। গোৱালপাৰা জিলাৰ ৰংছাইত নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডৰ ভস্মীভূত হয় দুটাকৈ মালভৰ্তি গো'ডাউন । অগ্নিকাণ্ডৰ ছয় লক্ষাধিক টকাৰ সা সামগ্ৰী ধ্বংস হয়। নিশা ৯.৩০ বজাত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা ।

শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ এজন ব্যৱসায়ীৰ । ইয়াৰ বিপৰীতে আন গৰাকী ব্যৱসায়ীয়ে ৰৱৰ গো'ডাউনৰ পৰাই অগ্নিকাণ্ড সংঘটিত হোৱাৰ অভিযোগ । ইফালে অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত জুই নুমাবলৈ সক্ষম হয় যদিও অগ্নিকাণ্ডৰ দুটা মালভৰ্তি গো'ডাউন ভুস্মিভূত হয়।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande