শোণিতপুৰৰ বালিপৰাৰ ঢেকেৰিগাঁওৰ পথাৰত পৰিল বিশাল আকৃতিৰ এখন দ্ৰোণ
শোণিতপুৰ, ২৫ জুলাই (হি.স.)। শোণিতপুৰৰ বালিপৰাৰ ঢেকেৰিগাঁওৰ পথাৰত পৰিল বিশাল আকৃতিৰ এখন দ্ৰোণ। শোণিতপুৰৰ বালিপৰাৰ ঢেকেৰিগাঁওৰ পথাৰত পৰিল এখন বিশাল আকৃতিৰ দ্ৰোণ।ঢেকেৰিগাঁওৰ গণেশ দাস নামৰ ব্যক্তিজনে পথাৰত কাম কৰি থকা অবস্থাতে হঠাৎ আকাশৰ পৰা সৰি পৰিল
শোণিতপুৰৰ বালিপৰাৰ ঢেকেৰিগাঁওৰ পথাৰত পৰিল বিশাল আকৃতিৰ এখন দ্ৰোণ


শোণিতপুৰ, ২৫ জুলাই (হি.স.)। শোণিতপুৰৰ বালিপৰাৰ ঢেকেৰিগাঁওৰ পথাৰত পৰিল বিশাল আকৃতিৰ এখন দ্ৰোণ।

শোণিতপুৰৰ বালিপৰাৰ ঢেকেৰিগাঁওৰ পথাৰত পৰিল এখন বিশাল আকৃতিৰ দ্ৰোণ।ঢেকেৰিগাঁওৰ গণেশ দাস নামৰ ব্যক্তিজনে পথাৰত কাম কৰি থকা অবস্থাতে হঠাৎ আকাশৰ পৰা সৰি পৰিল এখন বিশাল আকৃতিৰ দ্ৰোণ।লগে লগে অঞ্চলটোত হৈ চৈৰ সৃষ্টি হয়।গণেশ দাসে দ্ৰোণ খন উদ্ধাৰ কৰি ঘৰলৈ লৈ অহাৰ পিচতে ভাৰতীয় সেনা বাহিনীৰ এটা দল আহি দ্ৰোণ খন তেওঁলোকৰ হয় বুলি নিশ্চিত কৰি লৈ যায়।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande