যোৰহাটত জিলা বিজেপিৰ উদ্যোগত কিষান মৰ্চা সহযোগত টীয়কৰ মেলেং গায়েন গাঁও পথাৰত বানাকান্ত ৰাইজৰ বাবে কঠিয়া সিচা পৰ্ব আৰম্ভ
যোৰহাট, ২৫ জুলাই (হি.স.)। যোৰহাটত জিলা বিজেপিৰ উদ্যোগত কিষান মৰ্চা সহযোগত টীয়কৰ মেলেং গায়েন গাঁও পথাৰত বানাকান্ত ৰাইজৰ বাবে কঠিয়া সিচা পৰ্ব আৰম্ভ । যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পুজাৰী উপস্থিতিত কৃষান মৰ্চা সহযোগিতাত আজি টীয়কৰ মেলেং গায়ে
যোৰহাটত জিলা বিজেপিৰ উদ্যোগত কিষান মৰ্চা সহযোগত টীয়কৰ মেলেং গায়েন গাঁও পথাৰত বানাকান্ত ৰাইজৰ বাবে কঠিয়া সিচা পৰ্ব আৰম্ভ


যোৰহাট, ২৫ জুলাই (হি.স.)। যোৰহাটত জিলা বিজেপিৰ উদ্যোগত কিষান মৰ্চা সহযোগত টীয়কৰ মেলেং গায়েন গাঁও পথাৰত বানাকান্ত ৰাইজৰ বাবে কঠিয়া সিচা পৰ্ব আৰম্ভ ।

যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পুজাৰী উপস্থিতিত কৃষান মৰ্চা সহযোগিতাত আজি টীয়কৰ মেলেং গায়েন গাঁৱত বানাক্ৰান্ত ৰাইজৰ সহায় হোৱাকৈ কঠিয়া সিচা পৰ্ব আৰম্ভ হয়। যোৰহাট জিলাৰ লগতে উজনি অসমত কৃষক ৰাইজৰ বহু হেজাৰ হেক্টৰ কৃষি ভুমি বানে ক্ষতিগ্ৰস্ত কৰাত ভাৰতীয় জনতা পাৰ্টীৰ সহযোগিতাত ভিন্ন প্ৰান্তত কঠিয়া সিচা আৰম্ভ কৰা সমান্তৰাল ভাৱে মেলেং গায়েন গাঁৱত এক বিঘা মাটিত কঠিয়া সিচা আৰম্ভ হয়। আজি উক্ত কাৰ্যসূচীত জিলা কৃষান মৰ্চাৰ সভাপতি ত্ৰৈলোক্য ভুঞা , সম্পাদক পৰান জ্যোতি বৰা,কিষান মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহ মাধুৰ্য শইকীয়াৰ উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande