মহানগৰীৰ নতুন বজাৰস্থিত মন্দিৰত চোৰৰ লুটপাত, ১০ লাখ টকাৰ সোণৰ গহণা লুট
গুৱাহাটী, ২৫ জুলাই(হি.স.)। মহানগৰীৰ নতুন বজাৰস্থিত মা কালী মন্দিৰত চুৰিকাণ্ড। নিশা মন্দিৰৰ দুৱাৰ ভাঙি প্রৱেশ চোৰৰ দলৰ। চোৰে ভাঙি পেলাই মন্দিৰৰ চিচিটিভি। মা কালীৰ মূৰ্তিৰ পৰা লুটি নিলে প্রায় ১০ লাখ টকাৰ সোণ। চোৰে লুটপাত চলোৱাৰ অন্তত চিচিটিভিৰ হাৰ্ড
মহানগৰীৰ নতুন বজাৰস্থিত মন্দিৰত চোৰৰ লুটপাত, ১০ লাখ টকাৰ সোণৰ গহণা লুট


গুৱাহাটী, ২৫ জুলাই(হি.স.)। মহানগৰীৰ নতুন বজাৰস্থিত মা কালী মন্দিৰত চুৰিকাণ্ড। নিশা মন্দিৰৰ দুৱাৰ ভাঙি প্রৱেশ চোৰৰ দলৰ। চোৰে ভাঙি পেলাই মন্দিৰৰ চিচিটিভি। মা কালীৰ মূৰ্তিৰ পৰা লুটি নিলে প্রায় ১০ লাখ টকাৰ সোণ।

চোৰে লুটপাত চলোৱাৰ অন্তত চিচিটিভিৰ হাৰ্ড ডিস্ক খন লৈ উধাও হয়।ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে আৰু সন্দেহবসত পাৰ্শ্ববৰ্তী একাংশ লোকক শুধাপোচা কৰে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande