ৰঙিয়াত ড্ৰাগছৰ বিৰুদ্ধে মুকলি প্ৰতিবাদ
কামৰূপ, ২৪ জুলাই (হি.স.)। ৰঙিয়াত ড্ৰাগছৰ বিৰুদ্ধে মুকলি প্ৰতিবাদ । সঙ্গীত গ্ৰুপ অফ ক্ৰিয়েচনৰ উদ্যোগত ড্ৰাগছ-নীৰৱঘাটক বৰবিহ শীৰ্ষক বাটৰ নাট প্ৰদৰ্শন। ৰঙিয়াৰ ভূটান বাছ আস্থানত পঙ্কজ পল্লৱ শৰ্মাৰ ৰচনা, পৰিচালনাৰে প্ৰদৰ্শন কৰে বাটৰ নাট খন । প
ৰঙিয়াত ড্ৰাগছৰ বিৰুদ্ধে মুকলি প্ৰতিবাদ


কামৰূপ, ২৪ জুলাই (হি.স.)। ৰঙিয়াত ড্ৰাগছৰ বিৰুদ্ধে মুকলি প্ৰতিবাদ ।

সঙ্গীত গ্ৰুপ অফ ক্ৰিয়েচনৰ উদ্যোগত

ড্ৰাগছ-নীৰৱঘাটক বৰবিহ শীৰ্ষক বাটৰ নাট প্ৰদৰ্শন।

ৰঙিয়াৰ ভূটান বাছ আস্থানত পঙ্কজ পল্লৱ শৰ্মাৰ ৰচনা, পৰিচালনাৰে প্ৰদৰ্শন কৰে বাটৰ নাট খন ।

প্ৰশিক্ষাৰ্থী শিল্পী সকলে প্ৰদৰ্শন কৰা অভিনয়ে আকৃষ্ট কৰি তোলে সমবেত দৰ্শক সকলক।

নৱপ্ৰজন্মক ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা মুক্ত কৰি ৰখাৰ প্ৰয়াসেৰে প্ৰদৰ্শন কৰা হয় বাটৰ নাটখন ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande