চিন্ময়া মিছনৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা বাৰ্ষিকী উপলক্ষে গীতাৰ অসমীয়া অনুবাদৰ উন্মোচন কৰিলে মুখ্যমন্ত্ৰীয়ে
গুৱাহাটী, ২৪ জুলাই (হি.স.)। শুকুৰবাৰে গুৱাহাটীৰ ছয়মাইলত থকা চিনমায়া মিছনত আয়োজিত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। চিন্ময়া মিছনৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা বাৰ্ষিকী উপলক্ষে সমগ্ৰ দেশতে আয়োজন কৰি থকা অমৃত যাত্ৰাতো অ
Assam CM Dr Himanta Biswa Sarma Unveiling the Assamese Translation of Bhagavad Gita at Chinmaya Mission Event on Friday.


গুৱাহাটী, ২৪ জুলাই (হি.স.)। শুকুৰবাৰে গুৱাহাটীৰ ছয়মাইলত থকা চিনমায়া মিছনত আয়োজিত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। চিন্ময়া মিছনৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা বাৰ্ষিকী উপলক্ষে সমগ্ৰ দেশতে আয়োজন কৰি থকা অমৃত যাত্ৰাতো অংশগ্ৰহণ কৰে।

এই উপলক্ষে মুখ্যমন্ত্ৰীয়ে ভাগৱতৰ অসমীয়া অনুবাদ উন্মোচন কৰে। স্বামী চিন্ময়ানন্দৰ অনুবাদ গ্ৰন্থখন মুখ্যমন্ত্ৰীয়ে স্বামী মিত্ৰানন্দজীৰ উপস্থিতিত মুকলি কৰে।

কাৰ্যসূচীত চিনমায়া মিছনৰ আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্য আৰু ভাৰতীয় মূল্যবোধৰ সংৰক্ষণ আৰু প্ৰসাৰত ইয়াৰ অৱদানৰ ওপৰতো আলোকপাত কৰা হয়।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande