
যোৰহাট, ২৩ জুলাই (হি.স.)। টীয়কত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও আজিও বহু পৰিয়ালৰ বাসগৃহ পানীৰ তলত
। ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ বাঢ়নী পানীৰ পৰা মুক্ত হৈছে যদিও গ্ৰাম্যাঞ্চলত আজিও অব্যাহত আছে বানৰ বিভীষিকা
। টীয়ক সমষ্টিৰ গড়খাৱৈ পাৰত চাৰি দিনে জলবন্দী হৈ থকা বন্যাৰ্তই লাভ কৰা নাই খাদ্য সামগ্ৰী
।
চাৰিটা দিনে কি এক বিভিষিকাময় পৰিৱেশত বাস কৰিছে বৰ্নাত্য়ই।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা