পুনৰ যোৰাবাটত কৃত্ৰিম বানৰ সৃষ্টি
গুৱাহাটী, ২৩ জুলাই (হি.স.)। পুনৰ যোৰাবাটত কৃত্ৰিম বানৰ সৃষ্টি । মূষলধাৰ বৰষুণৰ ফলত কৃত্ৰিম বানত ডুবিল যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথ। ঘাইপথত ঠায়ে ঠায়ে একঁকাল পৰ্যন্ত পানী। কৃত্ৰিম বানৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হোৱা যানজঁটত জীয়াতু ভুগিছে সাধা
পুনৰ যোৰাবাটত কৃত্ৰিম বান,,


পুনৰ যোৰাবাটত কৃত্ৰিম বান,,


গুৱাহাটী, ২৩ জুলাই (হি.স.)। পুনৰ যোৰাবাটত কৃত্ৰিম বানৰ সৃষ্টি । মূষলধাৰ বৰষুণৰ ফলত কৃত্ৰিম বানত ডুবিল যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথ। ঘাইপথত ঠায়ে ঠায়ে একঁকাল পৰ্যন্ত পানী। কৃত্ৰিম বানৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হোৱা যানজঁটত জীয়াতু ভুগিছে সাধাৰণ জনতাই।

যোৰাবাটত কৃত্ৰিম বানৰ বাবে শ্বিলং আৰু উজনি অভিমুখী ঘাইপথত চাৰি ফুট পৰ্যন্ত পানী । স্তব্ধ হৈ পৰিছে যাতায়ত।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande