ধুবুৰীৰ ১ নং ৱাৰ্ডত পুনৰ চুৰিকণ্ড
গোলাঘাট
ধুবুৰীৰ ১ নং ৱাৰ্ডত পুনৰ চুৰিকণ্ড


ধুবুৰী, ২২ জুলাই (হি.স.)। ধুবুৰীৰ ১ নং ৱাৰ্ডত পুণৰ চুিকণ্ডৰ চুৰিকণ্ড। পিছে এইবাৰ চোৰৰ দশা বেয়া হল আৰক্ষীৰ হাতত।

নিকি ৰায় নামৰ এগৰাকী মহিলাৰ ঘৰত ৰাজমিস্ত্ৰী ৰূপে কাম কৰা ৰমজান আলী নামৰ এজন যুৱকে সোণৰ আ অলংকাৰ লুটি নি পলয়ন কৰিছিলে।পিছে ধুবুৰী আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে তদন্ত কৰি চোৰক ধুবুৰীৰ আইৰিঞ্জিংলা প্ৰথম খণ্ডৰ পৰা আটক কৰাৰ লগতে চুৰি হোৱা কিছু আ অলংকাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande