গোৰেশ্বৰ -বাঙালীপাৰা সংযোগী গড়কাপ্তানি পথ অৱৰোধ
বাক্সা, ২২ জুলাই (হি.স.)। গোৰেশ্বৰত পথ নিৰ্মাণৰ দাবীত আছু, এ জে ৱাই চিি পিৰ প্ৰতিবাদ। গোৰেশ্বৰ -বাঙালীপাৰা সংযোগী গড়কাপ্তানি পথ অৱৰোধ কৰি আছু আৰু এ জে ৱাই চি পিয়ে আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। সদৌ অসম ছাত্ৰ সন্থা ( আছু), অসম জাতীয়তাবাদী যুৱ
গোৰেশ্বৰ -বাঙালীপাৰা সংযোগী গড়কাপ্তানি পথ অৱৰোধ


বাক্সা, ২২ জুলাই (হি.স.)। গোৰেশ্বৰত পথ নিৰ্মাণৰ দাবীত আছু, এ জে ৱাই চিি পিৰ প্ৰতিবাদ। গোৰেশ্বৰ -বাঙালীপাৰা সংযোগী গড়কাপ্তানি পথ অৱৰোধ কৰি আছু আৰু এ জে ৱাই চি পিয়ে আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

সদৌ অসম ছাত্ৰ সন্থা ( আছু), অসম জাতীয়তাবাদী যুৱ পৰিষদ কে ধৰি জনগোষ্ঠীয় সংগঠনে পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ কৰে আৰু বিধস্ত পথচোৱা শীঘ্ৰে নিৰ্মাণৰ সজোৰে দাবী উত্থাপন কৰে।এই প্ৰতিবাদ ।প্ৰতিবাদ ফলত স্তব্ধ হৈ পৰিছে বঙালীপাৰা গুৱাহাটীৰ সংযোগী যাত্ৰীবাহী বাছৰ লগতে ব্যক্তিগত বাহন।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande