
শিৱসাগৰ, ২২ জুলাই (হি.স.)। শিৱসাগৰত অপৰিৱৰ্তিত বান পৰিস্থিতি।
সমগ্ৰ শিৱসাগৰ নগৰ জলমগ্ন।দাতিকাষৰীয়া অঞ্চল সমূহতো একেই অৱস্থা।দিখৌ আৰু জাঁজীৰ পাছত এইবাৰ দৰিকা আৰু দিচাং নদীৰ তাণ্ডব। নগৰলৈ সোমাই আছে হোৰাহোৰে পানী। জিলা প্ৰশাসনৰ উদ্ধাৰ আৰু সাহাৰ্য্য অভিযান অব্যাহত।বান পৰিস্থিতিৰ বুজ ললে অভিভাৱক মন্ত্ৰী বিমল বৰাই।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ