গোলাঘাট বকলাই কুমাৰ গাঁৱত ভয়াবহ বান পৰিস্হিতি
গোলাঘাট, ২২ জুলাই (হি.স.)। গোলাঘাট বকলাই কুমাৰ গাঁৱত ভয়াবহ বান পৰিস্হিতি। কাকডোঙা আৰু কলিয়াপানী নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে কুমাৰ গাঁও, বছা গাঁৱ মাউত গাঁও আদি কৰি ৬ খনকৈ গাওঁ। মানুহৰ ঘৰৰ ভিতৰত ৰাষ্টাত মাথো এতিয়া মাথো পানী। সকলো এতিয়া ৰাষ্টাত
গোলাঘাট বকলাই কুমাৰ গাঁৱত ভয়াবহ বান পৰিস্হিতি


গোলাঘাট, ২২ জুলাই (হি.স.)। গোলাঘাট বকলাই কুমাৰ গাঁৱত ভয়াবহ বান পৰিস্হিতি।

কাকডোঙা আৰু কলিয়াপানী নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে কুমাৰ গাঁও, বছা গাঁৱ মাউত গাঁও আদি কৰি ৬ খনকৈ গাওঁ। মানুহৰ ঘৰৰ ভিতৰত ৰাষ্টাত মাথো এতিয়া মাথো পানী। সকলো এতিয়া ৰাষ্টাত। বিদ্যালয় আৰু পথৰ কাষত আশ্ৰয় গ্ৰহণ বানাক্ৰান্ত। বাতৰি পৰিবেশন কৰা সময়ৰ লৈকে কোনো প্ৰসাশৰ লোক উপস্থিত হোৱা নাই যদিও বিধায়ক মৃদুল দত্ত ই মাত্ৰ ১৫০০ টকা এখন গাওঁক দিছে এই য়াই কি হব বুলি কয়। বৰ্তমান খোৱা পানী অভাব হৈ পৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande