দেৰগাঁৱত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
গোলাঘাট, ২২ জুলাই (হি.স.)। দেৰগাঁৱত উপস্থিত মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শম্মা।যোৱা নিশা দেৰগাঁবৰ লাচিত বৰফুকন পুলিচ একাডেমিত নিশা কতাই মুখ্য মন্ত্ৰী গৰাকীয়ে। আৰু আজি বুধবাৰে দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীৰ অতিথিশালাৰ পৰা হেলিকাপ্তাৰ যোগে ৰাওনা
দেৰগাঁৱত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা


গোলাঘাট, ২২ জুলাই (হি.স.)। দেৰগাঁৱত উপস্থিত মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শম্মা।যোৱা নিশা দেৰগাঁবৰ লাচিত বৰফুকন পুলিচ একাডেমিত নিশা কতাই মুখ্য মন্ত্ৰী গৰাকীয়ে।

আৰু আজি বুধবাৰে দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীৰ অতিথিশালাৰ পৰা হেলিকাপ্তাৰ যোগে ৰাওনা হয় উজনি অসমৰ চৰাইদেউ , শিৱসাগৰ , টিয়কৰ বাণ পৰিস্থিতি পৰিদৰ্শনৰ বাবে। লগতে উপস্থিত আছিল মন্ত্ৰী কেশৱ মহন্ত । মন্ত্ৰী কেশৱ মহন্তই সাংবাদিকৰ প্ৰশ্ৰৰ উত্তৰত কয় যে বৰ্তমানে বাণ পৰিস্থিতি নিয়ন্ত্ৰণত আছে যদিও কৰবাত পৰিস্থিতি অনিয়ন্ত্ৰিৰ বাহিৰত । সকলো ধৰণৰ যাৱতীয় ব্যবস্থা গ্ৰহণ কৰিব চৰকাৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande