হাউলী আৰক্ষীৰ অভিযানত তিনি চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ
বৰপেটা, ২২ জুলাই (হি.স.)। বৰপেটা জিলাত গঢ় লৈ উঠিঠে বৃহৎ চাইবাৰ অপৰাধী চক্ৰ | হাউলী আৰক্ষীৰ অভিযানত তিনি চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ । ধৃত তিনি চাইবাৰ অপৰাধী হৈছে আল আমিন তালুকদাৰ ,আবু জাফৰ মণ্ডল আৰু কাবিল উদ্দিন | ধৃত তিনিওটা অভিযুক্তৰ ঘৰ বজালী জিলা
হাউলী আৰক্ষীৰ অভিযানত তিনি চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ


বৰপেটা, ২২ জুলাই (হি.স.)। বৰপেটা জিলাত গঢ় লৈ উঠিঠে বৃহৎ চাইবাৰ অপৰাধী চক্ৰ |

হাউলী আৰক্ষীৰ অভিযানত তিনি চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ ।

ধৃত তিনি চাইবাৰ অপৰাধী হৈছে আল আমিন তালুকদাৰ ,আবু জাফৰ মণ্ডল আৰু কাবিল উদ্দিন |

ধৃত তিনিওটা অভিযুক্তৰ ঘৰ বজালী জিলাৰ পাটাছাৰকুছিত |

হাউলী আৰক্ষীয়ে তিনি অপৰাধীৰ পৰা ৮খন ডেবিট কাৰ্ড, এখন মানিবেগ আৰু ২টা মোবাইল ফোন জব্দ কৰিচং |

হাউলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যজিৎ বৰঠাকুৰৰ নেতৃত্বত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে চলোৱা অভিযানত হাউলীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ছালমা হোটেলৰ পৰা তিনিওটা চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande