বালিপৰাত শোণিতপুৰ জিলা নিখিল গণতান্ত্ৰিক মহিলা সমিতিৰ প্ৰতিবাদ
শোণিতপুৰ, ২০ জুলাই (হি.স.)। শোণিতপুৰৰ বালিপৰাত শোণিতপুৰ জিলা নিখিল গণতান্ত্ৰিক মহিলা সমিতিৰ প্ৰতিবাদ। সাংসদ আৰু ৰাজ্যিক বিধান সভা সমুহত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণ অতি শীঘ্ৰে আৰু নি:চৰ্তভাবে কাৰ্য্যকৰী কৰাৰ দাবীত আজি শোণিতপুৰ জিলা নিখিল গণতা
বালিপৰাত শোণিতপুৰ জিলা নিখিল গণতান্ত্ৰিক মহিলা সমিতিৰ প্ৰতিবাদ


শোণিতপুৰ, ২০ জুলাই (হি.স.)। শোণিতপুৰৰ বালিপৰাত শোণিতপুৰ জিলা নিখিল গণতান্ত্ৰিক মহিলা সমিতিৰ প্ৰতিবাদ। সাংসদ আৰু ৰাজ্যিক বিধান সভা সমুহত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণ অতি শীঘ্ৰে আৰু নি:চৰ্তভাবে কাৰ্য্যকৰী কৰাৰ দাবীত আজি শোণিতপুৰ জিলা নিখিল গণতান্ত্ৰিক মহিলা সমিতিয়ে বালিপৰাত প্ৰতিবাদ সাবস্ত্য কৰে।

প্ৰতিবাদস্থলীত জিলা খনৰ কেইবা শ মহিলা একগোট হৈ প্ৰতিবাদ সাব্যস্ত কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande