সোনম ৱাংচুকক প্ৰতিবাদস্থলীৰ পৰা বলপুৰ্বক উঠাই লৈ যোৱাৰ বিৰুদ্ধে মাৰ্ঘেৰিটাত প্ৰতিবাদ সাব্যস্ত
তিনিচুকীয়া, ২০ জুলাই (হি.স.)। সোনম ৱাংচুকক প্ৰতিবাদস্থলীৰ পৰা টানি-আঁজুৰি লৈ যোৱাৰ বিৰুদ্ধে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত প্ৰতিবাদ সাব্যস্ত নিখিল ভাৰত কৃষক সভা, নিখিল ভাৰত ছাত্ৰ ফেডাৰেচন আৰু নিখিল ভাৰত যুৱ ফেডাৰেচনৰ। অনশনৰত সোনম ৱাংচুকক প্ৰতিবাদস্থ
সোনম ৱাংচুকক প্ৰতিবাদস্থলীৰ পৰা বলপুৰ্বক উঠাই লৈ যোৱাৰ বিৰুদ্ধে মাৰ্ঘেৰিটাত প্ৰতিবাদ সাব্যস্ত


তিনিচুকীয়া, ২০ জুলাই (হি.স.)। সোনম ৱাংচুকক প্ৰতিবাদস্থলীৰ পৰা টানি-আঁজুৰি লৈ যোৱাৰ বিৰুদ্ধে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত প্ৰতিবাদ সাব্যস্ত নিখিল ভাৰত কৃষক সভা, নিখিল ভাৰত ছাত্ৰ ফেডাৰেচন আৰু নিখিল ভাৰত যুৱ ফেডাৰেচনৰ।

অনশনৰত সোনম ৱাংচুকক প্ৰতিবাদস্থলীৰ পৰা বলপূৰ্বক লৈ যোৱা কাৰ্য্যক কাপুৰুষালি আখ্যা সংগঠনটোৰ নেতৃত্বৰ।

চৰকাৰৰ এনে স্বৈৰাচাৰী কাৰ্য্যৰ বিৰুদ্ধে মাৰ্ঘেৰিটাত গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande