ৰাজ্যসভাৰ নৱনিৰ্বাচিত ৯ গৰাকী সদস্যৰ শপত গ্ৰহণ
নতুন দিল্লী, ২০ জুলাই (হি.স.)। সংসদৰ বৰ্ষাকালিন অধিৱেশনৰ প্ৰথম দিন সোমবাৰে ৰাজ্যসভাৰ ৯ জন নিৰ্বাচিত সদস্যই শপত গ্ৰহণ কৰে। ৰাজ্যসভাৰ অধ্যক্ষ চি.পি. ৰাধাকৃষ্ণনে এই নৱনিৰ্বাচিত সদস্যসকলক পদৰ শপত গ্ৰহণ কৰোৱায় । শপত গ্ৰহণ কৰা সদস্যসকলৰ ভিতৰত গুজৰাটৰ
राज्य सभा के सभापति सी पी राधाकृष्णन


নতুন দিল্লী, ২০ জুলাই (হি.স.)। সংসদৰ বৰ্ষাকালিন অধিৱেশনৰ প্ৰথম দিন সোমবাৰে ৰাজ্যসভাৰ ৯ জন নিৰ্বাচিত সদস্যই শপত গ্ৰহণ কৰে।

ৰাজ্যসভাৰ অধ্যক্ষ চি.পি. ৰাধাকৃষ্ণনে এই নৱনিৰ্বাচিত সদস্যসকলক পদৰ শপত গ্ৰহণ কৰোৱায় । শপত গ্ৰহণ কৰা সদস্যসকলৰ ভিতৰত গুজৰাটৰ পৰা বিজেপিৰ মুকেশভাই জে ৰাথৱা, কৰ্ণাটকৰ পৰা কংগ্ৰেছৰ পৱন খেৰা, মধ্যপ্ৰদেশৰ পৰা বিজেপিৰ মহেশ কেৱট, মেঘালয়ৰ পৰা নেশ্যনেল পিপলছ পাৰ্টিৰ জেমছ পাংছাং কংকাল চাংমা, মিজোৰামৰ খিয়াংটে লালটলুয়াগকিমা, ৰাজস্থানৰ পৰা বিজেপিৰ সতীশ পুনিয়া, আৰু পশ্চিম বংগৰ পৰা বিজেপিৰ প্ৰকাশ চিক বৰাইক, সুস্মিতা দেৱ আৰু সুখেন্দু শেখৰ ৰায়।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande