মিজোৰামৰ কলাশিবত সংঘটিত পথ দুৰ্ঘটনাত শ্ৰীভূমি জিলাৰ ৩ জন নিহত
শ্ৰীভূমি, ০২ জুলাই (হি.স.)। মিজোৰামৰ কলাশিবত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাটোৰ ফলত শ্ৰীভূমি জিলাৰ ৩ জন নিহত হয় । ৱেগনাৰ আৰু ট্ৰাকৰ মাজত সংঘটিত সংঘৰ্ষৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি প্ৰাথমিক ভাবে জানিব পৰা গৈছে। নিহত সকলৰ নাম ১ ) খালি
মিজোৰামৰ কলাশিবত সংঘটিত পথ দুৰ্ঘটনাত শ্ৰীভূমি জিলাৰ ৩ জন নিহত


শ্ৰীভূমি, ০২ জুলাই (হি.স.)। মিজোৰামৰ কলাশিবত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাটোৰ ফলত শ্ৰীভূমি জিলাৰ ৩ জন নিহত হয় । ৱেগনাৰ আৰু ট্ৰাকৰ মাজত সংঘটিত সংঘৰ্ষৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি প্ৰাথমিক ভাবে জানিব পৰা গৈছে।

নিহত সকলৰ নাম ১ ) খালিদ আহমদ, ২) আশিকুৰ ৰহমান,৩) ছাদ্দাম হুছেইন বুলি জানিব পৰা গৈছে।

তিনিজনৰ ঘৰ দক্ষিণ কৰিমগঞ্জৰ বিনোদিনী গাঁওত বুলি জানিব পৰা গৈছে। ব্যৱসায়ীক সংক্ৰান্ত কোনো কামৰ বাবে চুবুৰীয়া ৰাজ্য় মিজোৰামলৈ গৈছিল বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande