মঙলদৈত কেবিনেট মন্ত্ৰী নীলিমা দেৱীৰ উপস্থিতিত আনুস্থানিকভাবে শুভাৰম্ভ জি. ৰাম. জি আচনি
দৰং, ০২জুলাই (হি.স.)। তিৰুপতিত কেন্দ্ৰীয় ভাবে মুকলি বি.ভি. জি. ৰাম. জি. আচনি৷ মঙলদৈ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ ত কেন্দ্ৰীয় ভাবে শুভাৰম্ভ জি.ৰাম.জি৷ কেবিনেট মন্ত্ৰী নীলিমা দেৱীৰ উপস্থিতিত মঙলদৈ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আনুস্থানিকভাবে শুভাৰম্ভ জ
মঙলদৈত কেবিনেট মন্ত্ৰী নীলিমা দেৱীৰ উপস্থিতিত আনুস্থানিকভাবে শুভাৰম্ভ জি. ৰাম. জি আচনি


দৰং, ০২জুলাই (হি.স.)। তিৰুপতিত কেন্দ্ৰীয় ভাবে মুকলি বি.ভি. জি. ৰাম. জি. আচনি৷

মঙলদৈ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ ত কেন্দ্ৰীয় ভাবে শুভাৰম্ভ জি.ৰাম.জি৷

কেবিনেট মন্ত্ৰী নীলিমা দেৱীৰ উপস্থিতিত মঙলদৈ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আনুস্থানিকভাবে শুভাৰম্ভ জি. ৰাম. জি আচনি৷

উল্লেখযোগ্য যে এম জি এনৰেগা নামেৰে পঞ্চায়ত এলেকাৰ উন্নয়নৰ বাবে বিগত বৰ্ষত যি আচনি ৰূপায়ণ হৈ আছিল সেই আচনি খনকে নতুন জি. ৰাম. জি. নামেৰে নামাকৰণ কৰা হৈছে।

উক্ত আচনিৰ জৰিয়তে গ্ৰামাঞ্চলৰ জবকাৰ্ড থকা প্ৰতিগৰাকী ব্যক্তিয়ে বছৰত ১৫০ দিনৰ কাম পোৱাটো নিশ্চিত৷

শুভাৰম্ভনী অনুস্থানত উপস্থিত থাকি মন্ত্ৰী নীলিমা দেৱীয়ে গাওঁ আৰু চহৰৰ দুৰত্ব কম কৰাৰ এক সুদুৰ প্ৰয়াসী আচনি জি.ৰাম.জি বুলি কলে মন্ত্ৰী গৰাকীয়ে৷ ইয়াৰোপৰি এটা পৌৰাণিক সাধুৰে জনপ্ৰতিনিধি সকলক জনসাধাৰণৰ হকে কাম কৰিবলৈ আহ্বান জনালে নীলিমা দেৱীয়ে৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande