কামৰূপৰ পচৰীয়াত জি. এছ. টি বিভাগৰ অভিযান
কামৰূপ, ০২ জুলাই (হি.স.)। কামৰূপৰ পচৰীয়াত জি. এছ. টি বিভাগৰ অভিযান । এছফাল্টমিক্স ইণ্ডিয়া এলএলপি নামৰ উদ্যোগত দহ জনীয়া জি.এছ.টিৰ এটা দলে চলালে অভিযান । ফেক আইটিচি এভিইলমেন্ট আৰু অবৈধ বিটুমিন ব্যৱসায়ৰ সৈতে জড়িতৰ অভিযোগ উদ্যোগটোৰ বিৰুদ্ধে । অভিয
কামৰূপৰ পচৰীয়াত জি. এছ. টি বিভাগৰ অভিযান


কামৰূপ, ০২ জুলাই (হি.স.)। কামৰূপৰ পচৰীয়াত জি. এছ. টি বিভাগৰ অভিযান

। এছফাল্টমিক্স ইণ্ডিয়া এলএলপি নামৰ উদ্যোগত দহ জনীয়া জি.এছ.টিৰ এটা দলে চলালে অভিযান ।

ফেক আইটিচি এভিইলমেন্ট আৰু অবৈধ বিটুমিন ব্যৱসায়ৰ সৈতে জড়িতৰ অভিযোগ উদ্যোগটোৰ বিৰুদ্ধে । অভিযানত কি কি বেআইনী সামগ্ৰী পালে এই বিষয়ে কোনো তথ্য সদৰি কৰা নাই দলটোৱে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande