পুনৰ মূল্যবৃদ্ধি, প্ৰতি প্লেট কণীৰ মূল্য ২০ টকা পৰ্যন্ত বৃদ্ধি
কামৰূপ, ১৩ জুলাই (হি.স.)। পুনৰ মূল্যবৃদ্ধি l প্ৰতি প্লেট কণীৰ মূল্য ২০ টকা পৰ্যন্ত বৃদ্ধি l সাধাৰণ জনতাৰ মূৰত মাধমাৰ সোধাইছে মূল্যবৃদ্ধিয়ে l নিয়ন্ত্ৰণৰ বাহিৰত যোগান বিভাগ l নিৰ্বাচন পাৰ হল লগে লগে পেট্ৰল, ডিজেলৰ লগতে সকলো সামগ্ৰীৰ মূল্যবৃদ্ধি l
পুনৰ মূল্যবৃদ্ধি, প্ৰতি প্লেট কণীৰ মূল্য ২০ টকা পৰ্যন্ত বৃদ্ধি


কামৰূপ, ১৩ জুলাই (হি.স.)। পুনৰ মূল্যবৃদ্ধি l প্ৰতি প্লেট কণীৰ মূল্য ২০ টকা পৰ্যন্ত বৃদ্ধি l

সাধাৰণ জনতাৰ মূৰত মাধমাৰ সোধাইছে মূল্যবৃদ্ধিয়ে l নিয়ন্ত্ৰণৰ বাহিৰত যোগান বিভাগ l

নিৰ্বাচন পাৰ হল লগে লগে পেট্ৰল, ডিজেলৰ লগতে সকলো সামগ্ৰীৰ মূল্যবৃদ্ধি l সকলোতে মূল্যবৃদ্ধি সাধাৰণ জনতাৰ মুৰত ৰামটাঙোন l

বাঢ়িছে অত্যৱশ্যকীয় সামগ্ৰীৰ মূল্য l মুল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত সম্পূৰ্ণ যেন ব্যৰ্থ বিজেপি নেতৃত্বাধীন অসম চৰকাৰ l

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande